oday Anajori Development Society handed over around 100 packet little food items to respective authority of Swahid Mukunda Kakati Civil Hospital Nalbari,Assam for distribution among the patient admitted at that hospital due to COVID 19.We are very much thankful to Deepmoni Talukdar for his valuable contribution on the occasion of his birth day.
We wish sppedy recovery of all the patient who are undergoing treatment at the hospital due to COVID 19.
Dignitaries Present at today's event are
Dr. Dhananjay Kalita, Superintendent (SMKCH)
Dr. Ramesh Bhatra, Deputy Superintendent (SMKCH)
Senior Doctors
Dr. Balen Deka, Dr. Kameshwar
Lahkar, Dr. Ratul Chandra Bhattacharya, Dr. Gokul Patowari
Tafique Ahmed ,(Advisor,ADS)
Dipankar Talukdar (Vice President, ADS)
Inus Ahmed (Member,ADS)
Mintul Ahmed (Member,ADS)
Deepmani Talukdar, Social Worker
আজি এনাজৰী ডেভেলপমেণ্ট চ'চাইটিয়ে স্বহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নলবাৰী অসমৰ সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰায় ১০০ তা সৰু খাদ্য সামগ্ৰীৰ পেকেট চিকিৎসালয়খনত কভিড ১৯ ত আক্ৰান্ত হৈ ভৰ্তি হোৱা ৰোগীসকলৰ মাজত বিতৰণৰ বাবে হস্তান্তৰ কৰে । আমি দীপমনি তালুকদাৰৰ জন্মদিন উপলক্ষে তেওঁ আগবঢ়োৱা মূল্যৱান অৱদানৰ বাবে বহুত কৃতজ্ঞ৷
আমি চিকিৎসালয়খনত চিকিৎসাধীন সকলো ৰোগীৰ আশু আৰোগ্য কামনা কৰিছো l
আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে
ডা : ধনঞ্জয় কলিতা, অধীক্ষক (SMKCH)
ডা: ৰমেশ ভট্ৰ , উপ অধীক্ষক (SMKCH)
জ্যোষ্ঠ চিকিৎসক
ডাঃ বলেন ডেকা, ডা:কামেশ্বৰ
লহকৰ,ডা: ৰাতুল চন্দ্ৰ ভট্টাচাৰ্য, ডা : গোকুল পটোৱাৰী
তফিক আহমেদ ,( উপদেষ্টা, এনাজৰী)
দিপাঙ্কৰ তালুকদাৰ (উপ সভাপতি ,এনাজৰী)
ইনুচ আহমেদ(সদস্য)
মিন্টুল আহমেদ(সদস্য)
দিপমণি তালুকদাৰ,সমাজ সেৱক